Blood Donation Camp

A blood donation camp in the university of science and Technology Meghalaya (USTM). The inauguration lamp of the event was lighten by the Director of the university. The event was organized by Dreams Heaven an event management company of guwahati in collaboration with B.Booroah cancer institute. It was a day long program where about fifty people were present. A team from B.Booroah cancer institute helped Students in collecting blood.In the same way a team from Dreams Heaven helped out the students in filling up the forms and registration. All about fourty three Students approached for donating blood among whom thirty three were qualified for it.
The students of USTM and RIST were very much excited to donate blood. There were also many students who donated blood for the first time. Sharing their experiences they said that’ it felt good donating blood’. Udayan Foundation a NGO from guwahati itself distributed certificates among the Doners. It was also informed to the students that B.Booroah cancer institute will also provide them a certificate which will include their blood groups.

Food and beverages were also distributed among the doners. The event became successful with the presence of students and entire medical team. It was a great day event held in the campus of USTM organized by Dreams Heaven.

Advertisements
Standard

Citizen Journalism and khabarar saridikh

Citizen Journalism refers to the reporting of news events by members of the public using the Internet to spread the information. Citizen Journalism can be a simple reporting of facts and news that is largely ignored by large media companies.It is easily spread through personal websites,blogs,microblogs, social media and so on.

This concept of citizen Journalism is changing at present and it is having it’s growth to a large extend.In Assam also the people are becoming conscious and understanding the concept of citizen Journalism. Along with various blogs and websites a newspaper has been introduced under ‘clearlens’media house of Naharktia. The name of the paper is ‘Khoboror Saridikh’and it basically gives importance to citizen Journalism. The paper consist of twenty pages which covers news and articles of various issues. This paper basically covers news which are not focused by big media groups or which are unreached. They try to cover up news from the remote parts of the places which do not come to the focus of the main media house

.

Standard

।।।।।  পূজাৰ আৰম্ভণি।।।।

পূজা পালেহিয়ে। সকলো ফালে এতিয়া মাথো পূজাৰ প্ৰস্তুতি দেখিয়ে কিবা ভাল লাগে। এইবোৰ দেখাৰ পাছত ঘৰ যোৱাৰ হেঁপাহ দুগুণে বাঢ়ে। আমি উনিভাৰ্চিটিত থকা দিন কেইটাত ও এনেকুৱাই হৈছিল শেৱালি ফুল ফুলা আৰু পূজাৰ পেণ্ডেল দিয়া আৰম্ভ কৰিলেই আমাৰ যেন ঘৰ যোৱাৰ প্ৰতিযোগিতা হৈছিল । যাৰ বাবে আমি নিজে নিজে বন্ধ দি ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ । উনিভাৰ্চিটিৰ জ্যোতিবাটচৰাত দম দম লৰা ছোৱালীৰ ভিৰ সকলো এটি এটি ঘৰমুৱা পক্ষী।

বর্তমান ও সেই একেই অৱস্থা পূজাৰ পেণ্ডেল দিয়া আৰম্ভ কৰাৰ লগে লগে মোৰ মনটো ও ঘৰলৈ বেছি কৈ উৰা মাৰে। কিন্তু ! সময় সলনি হৈছে উনিভাৰ্চিটিৰ দিনবোৰৰ দৰে এতিয়া আৰু নিজে নিজে বন্ধ দি লব নোৱাৰো। কথাবোৰ ভাবিলে সময় বোৰ পুনৰ ঘূৰাই অনু যেন অনুভৱ হয়। টাইম মেচিন এটাকে থকা হলে পাই।।।

Standard

      বিহু মেলাৰ কথাৰে।       

বিহু বুলিলেই সকলোৰে গা মন হাতখন আঠখন হয়। অসমীয়া বাপুটি সাহোন বিহুটিক আদৰৰ হেঁপাহ সকলোৰে মনত থাকে তাক নুই কৰিব নোৱাৰি। বিহুৰ দিনাখন সৰুয়ে ডাঙৰক সেৱা কৰা নিয়ম আগৰ পৰাই প্ৰচলিত হৈ আহিছে। কিন্তু বৰ্তমান সময়ত আমাৰ মানুহবোৰে কিছুমান নতুন নিয়ম তৈয়াৰ কৰি লব ধৰিছে।এই নতুন নিয়মবোৰৰ এটা হৈছে বিহু মেলা পতা। শদিয়াৰ পৰা ধুবুৰী লৈকে এতিয়া যেন বিহু মেলা পতাৰ প্রতিযোগিতা। কোনে কিমান দামী গায়ক আনিব পাৰে আৰু কোনে কিমান সৰহ কৈ পুৰস্কাৰ   প্ৰদান কৰিব পাৰে। 

এই খিনি লৈকে ঠিকেই আছে নিজৰ জাতীয় উত্সৱটো ধুম ধামআৰে পালন কৰাটো মই ও বিচাৰো। কিন্তু বিহু মেলা পতাৰ নামত লাখ লাখ টকা খৰছ কৰি কোনোবা এজন বিশেষ মানুহক দান কৰাটো কিমান যুক্তিসংগত। সকলোবোৰ গাওঁ নগৰ বা চহৰতে আজিৰ দিনত এখনত কৈ অধিক বিহু মেলা পতা দেখা যায়। এই বোলে বহাগী আদৰণি বহাগী বিদায় আৰু কত যে কি। এই বিদায় আদৰণি সভাবোৰত এনেই পতা নাযায় তাৰ বাবে লাগে মোটা ৰকমৰ অৰ্থ আৰু এই অৰ্থ গোটোৱাৰ বাবে এখন কমিটি পাতি চেমনীয়া কে আদি কৰি ডেকা লৰা দুজন মানক অৰ্থ গোটোৱাৰ দায়িত্ব দিয়া হয়। আৰু এই বিয়কটি কেইজনেও দিনৰ দিনটো ৰাতিৰ ৰাতিটো ঘূৰি বহু কষ্ট কৰি টকা কেইটামান গোটাই। ইয়াৰ উপৰিও ৰাষ্টাইদি পাৰ হৈ যোৱা গাড়ীবোৰ ৰখাই ৰখাই ছিলিপ কাটি পইচা উঠোৱা বোৰ ত আছেই। সচাকৈ কৈছোঁ দেখি বৰ দুখ লাগে যেতিয়া আমি নিজৰ বাপুটি সাহোন বিহুটি পাতি বৰ বাবে এনেদৰে আনৰ আগত ভিশাৰীৰ দৰে হাত পাতি পইচা খুজিব লগা হয়। তাৰ উপৰি ইমান কষ্ট কৰি উঠোৱা পইচা কেইটা বিহুৰ দিনাখন আমন্ত্ৰণ কৰি অনা সেই বিশেষ কোনোবা জনক সোপাকেই দি দিব লগা হয়। ইয়াৰ অৰ্থ কি হল কোনোবা এজন ধনী হল আৰু অমিবোৰ একেদৰেই থাকিলো।লগতে বিভিন্ন সময়ত বিহুৰ নামত হোৱা বিতর্ক বোৰ ত আছেই। এই যে দিন ৰাত একাকাৰ কৰি পইচা উঠাই ফুৰা লৰা কেইটা সিহঁতৰ জানো কিবা লাভ হল তহঁত ত একেদৰেই থাকিল। পাছদিনাৰ পৰা পুনৰ পুলটোত বহি আড্ডা মাৰিব আৰু অহা বছৰ বিহুত কি কৰিব তাৰে আলোচনা কৰিব।

এনেদৰেই চলি থাকিব দিন কাল। অপ্ৰিয় হলেও সত্য যে এখন ঠাইত এখনত কৈ অধিক বিহু মেলা পাতিলে সকলো ৰাইজকৰ ওপৰত অলপ হলেও হেঁচা পৰে। বিহুটিৰ খাতিৰত সকলোৱে হয়তো মুক্ত হস্ত দান কৰে। লাখ লাখ টকা উৰুৱাই দিয়া হয় বিহু মেলাৰ নামত। ইয়াৰ পৰা কাৰ কি উপকাৰ হয় মই ধৰিব নোৱাৰো। নিবনুৱা বোৰত নিবনুৱায়ে হৈ থাকিল। বিহু মেলা পতাকা লৈ মোৰ কোনো আক্ষেপ নাই কিন্তু কথা হল আমি বাৰু এই বিহু মেলা বোৰ অলপ কমাই পাতিব নোৱাৰোনে। ৰাষ্টাইদি গলে বিহুমেলাৰ পোষ্টাৰ বোৰ দেখি confused হৈ যাও । ইয়াৰ উপৰি কাজিয়া পেছাল, দুৰঘটনা ইত্যাদি বোৰ ত আছেই। এনেকৈ জানো অসমৰ জাতীয় সংস্কৃতি ৰৈক্ষা কৰিব পাৰি এবাৰ ভাৱকক চোন আপোনালোকে। বিহু বুলিলেই গা হাতখন আঠখন লগা মন বোৰ যেন এতিয়া সলনি হৈছে ইয়াৰো কাৰণ নোহোৱা নহয়। । বহাগ আৰম্ভ হোৱাৰ আগৰ পৰাই বিহু মেলা আৰম্ভ হয় একেবাৰে চতৰ শেষৰলৈকে নাম দিয়ে বহাগী  বিদায় বৈদ্যুতিক মাধ্যয়ম সমূহেও এই অনুষ্ঠান সমূহ খুব উদ্যমেৰে সম্প্ৰচাৰ চলাই হয়তো এয়া বানিজ্যিকৰণ, হয়তো এইয়া পৰিৱৰ্তন বা এইয়া আধুনিকতা। যি কি নহওক আগত কোৱাৰ দৰে এতিয়াও কওঁ যে বিহু মেলা পতাৰ বাবে মোৰ কোনো আক্ষেপ নাই বা কাকো আক্ৰমণ কৰি মই লেখাটি লিখা নাই বৰঞ্চ নিজৰ মনৰ ভাব ব্যক্ত কৰিছোঁ।বিহুৰ নামত কৰা বেপাৰ বিহুৰ নামত কৰা অপপ্ৰচাৰ আৰু বিহুক লৈ কৰা ৰাজনীতিবোৰ যাতে বন্ধ হয়।

Standard

  । । । মাধ্যম ।।।

“ইৰাজী আৰু অসমীয়া মাধ্যম ” এই শব্দ কেইটাৰ আঁচোৰ অসমৰ চুকে কুনে প্ৰায়ে দেখা যায়। বৰ্তমান সময়ত অভিভাৱক সকলে নিজৰ লৰা ছোৱালীক ইৰাজী মাধ্যমত পঢ়োৱাটো বিচাৰে আৰু পঢ়োৱাইও ইয়াত মোৰ কব লগিয়া একো নাই । প্ৰায়ে আমি শুনিবলৈ পাও যে ‘ মোৰ লৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাযানে বুলি ফিতাহি মাৰি ফুৰে ‘। এইটো কোনো ডাঙৰ কথা নহয় যে আপোনাৰ লৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাযানে বৰঞ্চ এইয়া অতি লজ্জা জনক কথা।  সিদিনাখন লগ পোৱা বাইদেউ গৰাকীৰ কথাকেই কও। আপোনি জানো এগৰাকী অসমীয়া নহয়,নিজৰ ভাষাটো শুদ্ধকৈ কব আৰু লিখিবলৈ আপোনাৰ মন নাযাইনে। নিজৰ লৰা ছোৱালী কেইটাক অসমৰ মুধা ফুটা ব্যক্তিৰ শাৰীত চাবলৈ মন নাযাইনে। মই একো যুক্তি বিচাৰি নাপাও কিয় মানুহ বোৰে গৌৰৱ কৰি ভাল পায় “মোৰ লৰা ছোৱালীয়ে অসমীয়া কব আৰু লিখিব নাযানে বুলি কৈ”। শিকোৱাটো যানো আমাৰ যে দায়িত্ব নহয়। ইংৰাজী মাধ্যমত পঢ়িলে বুলি অসমীয়াৰ প্ৰয়োজন নাই বুলি অভিভাৱক সকলে কিয় ভাবি লয়। সকলোৱে হয়তো ডাঙৰ ডাঙৰ যুক্তি দি ডাঙৰ ডাঙৰ কথা লিখিব । কিন্তু এইবোৰৰ যানো কিবা প্ৰয়োজন আছে যদি আমি ভৱিষ্যত প্ৰজন্মক ভাষাটোয়ে ভালদৰে নিহিকাও।

বহুতেই কয় অ তুমি ত ইংৰাজী মাধ্যমৰ, অসমীয়া পঢ়িব নাযানা নিশ্চয় । দুখ লাগে শুনি , এইটো কি কথা বা কেনেধৰণৰ ধাৰণা। মই এগৰাকী অসমীয়া ,মোৰ মা অসমীয়া , মোৰ দেউতা অসমীয়া ।

ইংৰাজী মাধ্যমত পঢ়োৱা সকলো অভিভাৱকলৈ মোৰ এটাই অনুৰোধ। নিজৰ ভাষাটো নজনাৰ দৰে মূখ(murkho) মানুহ আৰু কোনো নাই। আপোনি নিশ্চয় নিজৰ সন্তানটিক মূখ(murkho) বনাব নিবিচাৰে।গতিকে সকলোৱে নিজৰ দায়িত্ব পালন কৰক আৰু সন্তানক ইংৰাজীৰ লগতে অসমীয়া ও শিকাওক।

বি দ্ৰ: এই লেখাটিৰ উদ্দেশ্য কাৰোবাক আঘাত সনা নহয় বৰঞ্চ মোৰ মনৰ ভাব 

জয়শ্ৰী বৰুৱা 

Standard

 । । । পথৰ দুৰৱস্থা । ।  

নাৰকটীয়া নামৰূপ সংযোগী ঐতিহাসিক পথ চোৱাৰ এতিয়া অতি দুখ লগা অৱস্থা । এদিনত অতি কমেও আধা সংখ্যাক মানুহ এই পথটোৰে অহা যোৱা কৰে কিন্তু বতমান সময়ত পথটিৰ দুৰৱস্তাৰ বাৱে সকলো মানুহে জিয়াতো ভোগিব লগা হৈছে। পৰিবৰ্তন কামি চৰকাৰ খনৰ কোনো এজন বিষয়া কমচাৰীৰয়ে হয়তো এই পথতো চকুত পৰা নাই। এই লেখাটিৰ জৰিয়তে মই আপোনালোক এই পথটিৰ মেৰামতি কৰাবৰ বাবে আহ্বান জনাইছো। মোৰ লেখাটি আপোনালোকে যাতে গুৰুত্ব সহকাৰে লয় কাৰণ আমাৰ দৰে সাধাৰণ ৰাইজে এনেধৰণৰ পথৰ বাবে বহুত সমস্যাৰ সন্মুখিন হব লগা হয়।​ইয়াৰে একাংশৰ ছবি মই আপোনালোকৰ আগত দাঙি ধৰিছো।

জয়শ্ৰী বৰুৱা

নামৰূপ

Standard

A Day with Anuradha Sarma Pujari

Anuradha Sarma pujari a woman of honour and pride of Assam.Iam a big fan of Anuradha Sarma Pujari.I have gone through some of the books written by her among whom ‘Nahoror Niribili Sa’ is one most liked by me. 

Being Student of Journalism and Mass Communication Dibrugarh University i got the opportunity to meet this legengary personality.We the students of Mass Communication interected with her for a while asking various questions regarding her life,Journalism and books written by her.Our students along with me were very happy to get her from so near as she is an alumni of Dibrugarh University and also a student of Mass Communication .Iam pleased and happy to meet Anuradha Sarma Pujari my dream woman .​

Standard