। । । পথৰ দুৰৱস্থা । ।  

নাৰকটীয়া নামৰূপ সংযোগী ঐতিহাসিক পথ চোৱাৰ এতিয়া অতি দুখ লগা অৱস্থা । এদিনত অতি কমেও আধা সংখ্যাক মানুহ এই পথটোৰে অহা যোৱা কৰে কিন্তু বতমান সময়ত পথটিৰ দুৰৱস্তাৰ বাৱে সকলো মানুহে জিয়াতো ভোগিব লগা হৈছে। পৰিবৰ্তন কামি চৰকাৰ খনৰ কোনো এজন বিষয়া কমচাৰীৰয়ে হয়তো এই পথতো চকুত পৰা নাই। এই লেখাটিৰ জৰিয়তে মই আপোনালোক এই পথটিৰ মেৰামতি কৰাবৰ বাবে আহ্বান জনাইছো। মোৰ লেখাটি আপোনালোকে যাতে গুৰুত্ব সহকাৰে লয় কাৰণ আমাৰ দৰে সাধাৰণ ৰাইজে এনেধৰণৰ পথৰ বাবে বহুত সমস্যাৰ সন্মুখিন হব লগা হয়।​ইয়াৰে একাংশৰ ছবি মই আপোনালোকৰ আগত দাঙি ধৰিছো।

জয়শ্ৰী বৰুৱা

নামৰূপ

Advertisements
Standard