। । । মাধ্যম ।।।

“ইৰাজী আৰু অসমীয়া মাধ্যম ” এই শব্দ কেইটাৰ আঁচোৰ অসমৰ চুকে কুনে প্ৰায়ে দেখা যায়। বৰ্তমান সময়ত অভিভাৱক সকলে নিজৰ লৰা ছোৱালীক ইৰাজী মাধ্যমত পঢ়োৱাটো বিচাৰে আৰু পঢ়োৱাইও ইয়াত মোৰ কব লগিয়া একো নাই । প্ৰায়ে আমি শুনিবলৈ পাও যে ‘ মোৰ লৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাযানে বুলি ফিতাহি মাৰি ফুৰে ‘। এইটো কোনো ডাঙৰ কথা নহয় যে আপোনাৰ লৰা ছোৱালীয়ে অসমীয়া পঢ়িব নাযানে বৰঞ্চ এইয়া অতি লজ্জা জনক কথা।  সিদিনাখন লগ পোৱা বাইদেউ গৰাকীৰ কথাকেই কও। আপোনি জানো এগৰাকী অসমীয়া নহয়,নিজৰ ভাষাটো শুদ্ধকৈ কব আৰু লিখিবলৈ আপোনাৰ মন নাযাইনে। নিজৰ লৰা ছোৱালী কেইটাক অসমৰ মুধা ফুটা ব্যক্তিৰ শাৰীত চাবলৈ মন নাযাইনে। মই একো যুক্তি বিচাৰি নাপাও কিয় মানুহ বোৰে গৌৰৱ কৰি ভাল পায় “মোৰ লৰা ছোৱালীয়ে অসমীয়া কব আৰু লিখিব নাযানে বুলি কৈ”। শিকোৱাটো যানো আমাৰ যে দায়িত্ব নহয়। ইংৰাজী মাধ্যমত পঢ়িলে বুলি অসমীয়াৰ প্ৰয়োজন নাই বুলি অভিভাৱক সকলে কিয় ভাবি লয়। সকলোৱে হয়তো ডাঙৰ ডাঙৰ যুক্তি দি ডাঙৰ ডাঙৰ কথা লিখিব । কিন্তু এইবোৰৰ যানো কিবা প্ৰয়োজন আছে যদি আমি ভৱিষ্যত প্ৰজন্মক ভাষাটোয়ে ভালদৰে নিহিকাও।

বহুতেই কয় অ তুমি ত ইংৰাজী মাধ্যমৰ, অসমীয়া পঢ়িব নাযানা নিশ্চয় । দুখ লাগে শুনি , এইটো কি কথা বা কেনেধৰণৰ ধাৰণা। মই এগৰাকী অসমীয়া ,মোৰ মা অসমীয়া , মোৰ দেউতা অসমীয়া ।

ইংৰাজী মাধ্যমত পঢ়োৱা সকলো অভিভাৱকলৈ মোৰ এটাই অনুৰোধ। নিজৰ ভাষাটো নজনাৰ দৰে মূখ(murkho) মানুহ আৰু কোনো নাই। আপোনি নিশ্চয় নিজৰ সন্তানটিক মূখ(murkho) বনাব নিবিচাৰে।গতিকে সকলোৱে নিজৰ দায়িত্ব পালন কৰক আৰু সন্তানক ইংৰাজীৰ লগতে অসমীয়া ও শিকাওক।

বি দ্ৰ: এই লেখাটিৰ উদ্দেশ্য কাৰোবাক আঘাত সনা নহয় বৰঞ্চ মোৰ মনৰ ভাব 

জয়শ্ৰী বৰুৱা 

Advertisements
Standard

7 thoughts on “  । । । মাধ্যম ।।।

  1. Appreciate your thoughts.
    Only way we can patronise our mother tongue is to work for economic progress.
    Have you wondered why nations such as France, China, Sweden operates in their own language? It is because they have the confidence of economic might. Even Bangladesh operates in Bangla, and the same is not true for West Bengal. The reason is primarily economics. Bangladesh is the textile capital of the world providing thousands of jobs. It has innovated banking like no other country.
    To save Assamese, we have to work hard to create enterprises, jobs in the manufacturing and services sector. We have to increase the gross domestic product of our state.
    Emotions (abaeg) without economics can only do very little. It is like the rising, smelly flame of the dying ‘saki’ without oil.

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s